girth (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-06
    1. (Material Noun-Neuter) a band that passes underneath a horse or other animal to hold a saddle in place, especially one having a buckle at each end for fastening to straps running from under the flaps of the saddle ঘোঁৰা বা আন কোনো জন্তুৰ তলেদি পাৰ হৈ জিনখন নিজৰ ঠাইত স্থিৰ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা এটা ফিটা বা বন্ধনী; বিশেষকৈ, জিনৰ দুয়োফালৰ তলৰ পৰা অহা ফিটাৰ সৈতে বান্ধিবলৈ দুয়ো মূৰত বাকল বা বন্ধনী থকা ফিটা
    English:
    Assamese: