gorge (English) [ IPA: ˈgɔrdʒ ASM: গৰ্জ]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to swallow something very quickly as if or when the person is very hungry or in a way that people consider greedy or rude. বৰ ভোকত থাকিলে কোনো খাদ্য অতি খৰকৈ খোৱা, মানুহে লুভীয়া, খকুৱা বুলি ভবাকৈ খোৱা৷
    Contributed by: Biraj Kumar Kakati on 2010-10-03
    2. Hill-Mountain(Proper Noun-Neuter) A steep and narrow valley between two hills or mountains, typically with steep rocky walls and a stream running through it. দুই পাহাৰ বা পৰ্বতৰ মাজৰ ঠেক, দ’ উপত্যকা অঞ্চল; সাধাৰণতে কাষত ওখ শিল থাকে আৰু তাৰ পাহাৰীয়া জুৰি বৈ যাব পাৰে ৷
    English:
    Garo: