health (English) [ IPA: ˈhelθ ASM: হেল্ঠ]
1. (Abstract Noun) The overall condition of an organism at a given time এটা নিৰ্দ্দিষ্ট সময়ত কোনো জীৱৰ সামগ্ৰিক অৱস্থা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-30
2. (Abstract Noun) soundness of body or mind; freedom from disease or ailment শৰীৰ বা মনৰ সুস্থ অৱস্থা; ৰোগ বা ব্যাধিৰ পৰা মুক্ত অৱস্থা
English: