herehereafter
here and there (English) [ IPA: ˈhɪr ənd ˈðer ASM: হিয়াৰ অণ্ড ডেয়াৰ]
Contributed by: Biraj Kumar Kakati on 2008-06-22
English: here and there,
Assamese: অনাই-বনাই, অলিয়ে-গলিয়ে, অ’ত-ত’ত, আনে-বানে, আন্ধাৰে-পিন্ধাৰে, ইদিক-সিদিক, ইপিনে-সিপিনে, ইফালে-সিফালে, এনি-তেনি, ঐদহে-বৈদহে, ছনে-ঘনে, দিহিঙে দিপাঙে, বাটে-ঘাটে, বাটে-পথে, যেনি-তেনি, য’তে-ত’তে, সোঁৱে-বাঁৱে, হাটে-ঘাটে, হাটে-বজাৰে, হাটে-বাটে,
Bodo: बिआव आरो बैआव,
Dimasa: eraha-oraha,
TAI-Ahom: লে বাঙ্ বাঙ্
here and there (English) [ IPA: ˈhɪr ənd ˈðer ASM: হিয়াৰ অণ্ড ডেয়াৰ]
Contributed by: Biraj Kumar Kakati on 2008-06-22
1. (Adverb) In this place and in that; at various places. ইঠাইত বা আন এঠাইত |