XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤Login

🔐 Login to XOBDO

Don't have an account? Request one here


    আনে-বানে (Assamese) [ Roman: a.ne-ba.ne]
    Contributed by: Biraj Kumar Kakati on 2008-06-22
    1. (Adverb) In this place and in that; at various places. ইঠাইত বা আন এঠাইত |
    English:
    here and there
    Assamese:
    অনাই-বনাই অলিয়ে-গলিয়ে অ’ত-ত’ত আনে-বানে আন্ধাৰে-পিন্ধাৰে ইদিক-সিদিক ইপিনে-সিপিনে ইফালে-সিফালে এনি-তেনি ঐদহে-বৈদহে ছনে-ঘনে দিহিঙে দিপাঙে বাটে-ঘাটে বাটে-পথে যেনি-তেনি য’তে-ত’তে সোঁৱে-বাঁৱে হাটে-ঘাটে হাটে-বজাৰে হাটে-বাটে
    Bodo:
    बिआव आरो‌ बैआव
    Dimasa:
    eraha-oraha
    TAI-Ahom:
    লে বাঙ্ বাঙ্
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-30
    2. (Adverb) in large number or quantity. অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
    English:
    plentifully
    Assamese:
    অতপাকৈ আধিককৈ আনে-বানে ওনা-ওনে দেখৰ দেখৰ মানে দেধাৰ দেশৰ দেশৰ মানে প্ৰচুৰৰূপে বহুতকৈ বেচিকৈ সৰহকৈ সৰহীয়াকৈ হামাৰভাৰে
    © xobdo.org - a dictionary by you, for you, of you !!