XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    incarnate (English) [ IPA: ɪnˈkɑrnət ASM: ইনকাৰনেট]
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-29
    1. (Proper Adj.) embodied in flesh; having taken human form(of God, the devil etc). শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
    English:
    incarnate
    Assamese:
    অংগধাৰী অংগী অবয়ববিশিষ্ট অৱতাৰী অৱয়বী কায়বিশিষ্ট দেহধাৰী দেহবিশিষ্ট দেহী মূৰ্ত মূৰ্তিমন্ত মূৰ্তিমান শৰীৰধাৰী শৰীৰবদ্ধ শৰীৰী সাংগী সাকাৰ সাবয়ব ৰূপধাৰী
    Bodo:
    अबटार हम महर लानाय, महर हमनाय
    © xobdo.org - a dictionary by you, for you, of you !!