☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
indirectly
(English)
[
ASM:
ইনডাইৰেক্টলি]
adj:
indirect
Contributed by:
Rupankar Mahanta
on 2007-04-24
1.
(Adverb)
Not directly sought or not going straight to the point পোনপটীয়াভাৱে নিবিছৰাকৈ বা আচল কথাটোলৈ প্ৰত্যক্ষভাৱে নোযোৱাকৈ
English:
indirectly
Assamese:
আওপকীয়াকৈ
পাকে-প্ৰকাৰে
প্ৰকাৰন্তে
প্ৰকাৰান্তে
প্ৰকাৰান্তৰে
পৰোক্ষভাৱে
Bodo:
खेंख्रायै
खेंसालियायै