interphase (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-13
    1. Biology(Abstract Noun) the period of the cell cycle during which the nucleus is not undergoing division, typically occurring between mitotic or meiotic divisions কোষ চক্ৰৰ সেই সময়ছোৱা, য’ত কোষকেন্দ্ৰৰ বিভাজন নহয়; সাধাৰণতে মাইট’ছিছ বা মিয়’ছিছ বিভাজনৰ মাজৰ সময়ছোৱাত এই অৱস্থা দেখা যায়৷