jripajrong
jripata (Garo)
Contributed by: Mousumi Konwar on 2023-08-12
English: hush, mute, quiet, silence,
Assamese: চুপ থাক্, জিম পৰ্, টলকা মাৰ্, নিঃশব্দ হ, নিজম পৰ্, নিটাল মাৰ্, নিমাত হ, নিসমৰ মাৰ্, নিস্তব্ধ হ, নিৰৱে থাক্, মনে মনে থাক্,
Bodo: निजोम,
Garo: jripata
jripata (Garo)
Contributed by: Mousumi Konwar on 2023-08-12
1. (Verb-Intran.) to become devoid of noise or sound শব্দ বা মাত-কথা নোহোৱা হ