khel (Nagamese)
    Contributed by: Mousumi Konwar on 2023-06-25
    1. (Abstract Noun) A primarily mental activity between two parties challenging each other engaged for entertainment or amusement. আমোদ-প্ৰমোদৰ বাবে পৰস্পৰক প্ৰত্যাহ্বান জনোৱা দুই দলৰ মাজৰ অনুষ্ঠিত মূলতঃ এক মানসিক ক্ৰিয়া
    Contributed by: Mousumi Konwar on 2023-06-25
    2. (Abstract Noun) a group of families related to each other, a large family পাৰস্পৰিক সম্বন্ধ থকা পৰিয়াল সমূহৰ এটা গোট বা ডাঙৰ পৰিয়াল