khuduh (Dimasa)
    Contributed by: Kulendra Daulagupu on 2012-05-09
    1. Cuisine-Food(Material Noun-Neuter) a tool with a broad flat blade used for mixing and spreading things,especially in cooking. ধাৰ নোহোৱা বহল আৰু চেপেতা আগেৰে দীঘল নাল থকা ৰন্ধন কাৰ্যত ব্যৱহাৰ হোৱা এবিধ আহিলা৷