Laa (Meeteilon)
    Contributed by: Abdul Hamid on 2010-03-10
    1. (Common Noun-Neuter) a leaf of a banana tree. কলগছৰ পাত, ইয়াক নামঘৰত মাহ-প্ৰসাদ খাবৰ কাৰণে সৰু সৰুকৈ কাটি ব্যৱহাৰ কৰা হয় ৷

    laa (TAI-Phake) [ IPA: lɑ]
    Contributed by: Sweet Das on 2024-11-30
    2. (Adverb) Of, belonging to, or occurring at a time immediately before the present. অলপ সময়ৰ আগতে ঘটি বা হৈ যোৱা ৷