liberation (English) [ IPA: ˌlɪbəˈreɪʃən ASM: লিবাৰেচন]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
    1. (Verbal Noun) the act of letting someone leave a place such as a prison or hospital কোনো ঠাই, যেনেঃ কাৰাগাৰ বা চিকিৎসালয় আদিৰ পৰা মুকলি কৰি দিয়া কাৰ্য্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-09
    2. (Abstract Noun) the state of being free; the state of being released from occupation or subjugation by a foreign power মুকলি কৰি দিয়া অৱস্থা; বিদেশী শক্তিৰ দমন অথবা দখলৰ পৰা মুকলি হোৱা অৱস্থা
    English:
    Nagamese: