lift (English) [ IPA: ˈlɪft ASM: লিফ্ট]
    Contributed by: Ranjita Pegu on 2007-02-09
    1. (Verb-Trans.) To move something in the upward direction. সাম্প্ৰতিক স্থানৰ পৰা ওপৰৰ এক স্থানলৈ উঠা ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
    2. (Common Noun-Neuter) a device or apparatus for lifting or elevating মানুহ বা বয়-বস্তু ওপৰলৈ উঠাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ বা সঁজুলি