lightning (English) [ IPA: ˈlaɪtnɪŋ ASM: লাইটনিং]
Contributed by: archana rajbongshi on 2006-08-29
1. (Abstract Noun) a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground. আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
English:
Assamese:
অচিৰপ্ৰভা অচিৰাংশু অচিৰাভা অণুভা অনুপ্ৰভা অশনি আকাশী চৰগ ক্ষণদ্যুতি ক্ষণপ্ৰকাশ খাৰ-জিলিকনি চকমকী চঞ্চলা চতুলা চপল চিকিমিকি চিকুৰ চৰক চৰগ চৰগশিল ত্বৰিত্ তড়িত্প্ৰকাশ তড়িৎ দামিনী নিৰ্ঘাত নীলাঞ্জনা বজ্ৰ বজ্ৰপাত বজ্ৰাগ্নি বজ্ৰাঘাত বজ্ৰালোক বিজুলিচমক বিজুলী বিজুৰি বিদুলী বিদ্যুতচমক বিদ্যুতিকা বিদ্যুত্প্ৰভা মেঘজ্যোতি মেঘাগ্নি শম্পা সৌদামিনী
Mising:
Khasi:
Garo:
Meeteilon:
Bishnupriya Manipuri:
Hmar:
Dimasa:
TAI-Ahom:
Hajong:
TAI-Phake:
TAI-Khamti:
Related Idea:
a. Abstract Noun: thunderকুলিশপাতগাজনিচতুলাঢেৰেকনি...Contributed by: Partha P Sarmah on 2011-08-24
2. (Verbal Adj.) very fast or sudden. অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷
English:
Assamese: