Lucknowlucky nut
lucky (English) [ IPA: ˈləkiː ASM: লাকি]
English: fortunate, lucky,
Assamese: কপলীয়া, কপালী, কল্যাণী, ক্ষণজন্মা, ধন্য, ভাগ্যবান, ভাগ্যৱন্ত, ভাগ্যৱান, সুকপলীয়া, সৌভাগ্যশালী, সৌভাগ্যৱান,
Bodo: खाफालगोनां,
Mising: bone,
Mizo (Lushai): vannei,
Karbi: kopai, tahangkime, তাহাংকিমে,
Hindi: भाग्यवान,
Deori: ইগাবা-পিচ্চঁ-লায়া, পিচ্চঁ-কুন, পিচ্চঁ-চ্চু
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
English: auspicious, lucky, propitious,
Assamese: আভ্যুদয়িক, মংগলকাৰকsim , মংগলময়, মঙ্গলজনক, মাংগলিক, শুভ, শুভংকৰsim , শুভকাৰক, শুভকৰ, শ্ৰেয়স্কৰ, সুমঙ্গলীয়া,
Bodo: गोथार, मोजां लोक्षोन गोनां,
Nepali: शुभ
lucky (English) [ IPA: ˈləkiː ASM: লাকি]
1. (Proper Adj.-Common) Having unexpected good fortune and luck. যাৰ ভাগ্য ভাল ৷
Assamese: কপলীয়া, কপালী, কল্যাণী, ক্ষণজন্মা, ধন্য, ভাগ্যবান, ভাগ্যৱন্ত, ভাগ্যৱান, সুকপলীয়া, সৌভাগ্যশালী, সৌভাগ্যৱান,
Bodo: खाफालगोनां,
Mising: bone,
Mizo (Lushai): vannei,
Karbi: kopai, tahangkime, তাহাংকিমে,
Hindi: भाग्यवान,
Deori: ইগাবা-পিচ্চঁ-লায়া, পিচ্চঁ-কুন, পিচ্চঁ-চ্চু
Different POS:
a. Abstract Noun: destiny, fate, fortune, luck, অদৃষ্ট...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
2. (Proper Adj.-Neuter) Auguring favourable circumstances and good luck. ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Assamese: আভ্যুদয়িক, মংগলকাৰকsim , মংগলময়, মঙ্গলজনক, মাংগলিক, শুভ, শুভংকৰsim , শুভকাৰক, শুভকৰ, শ্ৰেয়স্কৰ, সুমঙ্গলীয়া,
Bodo: गोथार, मोजां लोक्षोन गोनां,
Nepali: शुभ