material (English) [ IPA: məˈtɪriːəl ASM: মেটেৰিয়েল]
1. (Material Noun-Neuter) 1. the substance or substances of which a thing is made or composed.
2. anything that serves as crude or raw matter to be used or developed. ১৷ কোনো বস্তু গঠিত কৰা উপাদানসমূহ।
২৷ ব্যৱহাৰ অথবা বিকাশ উপযোগী কেঁচামাল হিচাপে গণ্য কৰিব পৰা যিকোনো বস্তু।