muri (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-16
1. Cuisine-Food(Material Noun-Neuter) crispy rice that has been prepared by dry roasting. চাউল প্ৰস্তুত কৰি মৰমৰিয়াকৈ থোৱা খাদ্য বিশেষ৷
muri (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-15
3. Anatomy(Common Noun-Neuter) The part of the face between the eyebrows, the normal hairline, and the temples চেলাউৰী, মূৰৰ চুলিৰ স্বাভাৱিক সীমা আৰু মূৰৰ দূয়োফালে চকুৰ ওপৰৰ উখহা অংশৰ মাজৰ স্থান