operate (English) [ IPA: ˈɑpəˌreɪt ASM: অপাৰেট]
    Contributed by: ৰূপকমল on 2007-03-01
    1. (Verb-Trans.) to perform surgical operation শল্য চিকিৎসা কৰ্; অস্ত্ৰৰ সহায়ত দেহৰ ৰোগাক্ৰান্ত অংশ কাটি ৰোগৰ চিকিৎসা কৰ্
    Contributed by: ৰূপকমল on 2007-03-01
    2. (Verb-Trans.) to perform or conduct something কিবা এটাক কাৰ্য্যত পৰিণত কৰ্