parrot treeParshva
parry (English) [ IPA: ˈperiː ASM: পেৰি]
Contributed by: Ranjita Pegu on 2006-12-23
English: ignore, parry,
Assamese: অগ্ৰাহ্য কৰ্, অৱজ্ঞা কৰ্, অৱহেলা কৰ্, আওকাণ কৰ্, আওহেলা কৰ্, উপেক্ষা কৰ্, চেঁচেৰা কোবা, নিলগাই থ, প্ৰত্যাখ্যান কৰ্,
Bodo: नेवसि,
Khasi: beh, kyntait,
Meeteilon: thonbidba,
Hindi: उपेक्षा
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-23
parry (English) [ IPA: ˈperiː ASM: পেৰি]
Contributed by: Ranjita Pegu on 2006-12-23
1. (Verb-Trans.) to intentionally avoid an issue or a question ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
Assamese: অগ্ৰাহ্য কৰ্, অৱজ্ঞা কৰ্, অৱহেলা কৰ্, আওকাণ কৰ্, আওহেলা কৰ্, উপেক্ষা কৰ্, চেঁচেৰা কোবা, নিলগাই থ, প্ৰত্যাখ্যান কৰ্,
Bodo: नेवसि,
Khasi: beh, kyntait,
Meeteilon: thonbidba,
Hindi: उपेक्षा
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-23
2. (Verb-Trans.) To deflect or ward off পথৰ পৰা বিচ্যুত কৰ্ বা আঁতৰাই পঠা