partnerpartridge
partnership (English) [ IPA: partnership ASM: পাৰ্টনাৰচিপ]
Contributed by: Vrigu Kr Borah on 2008-09-15
English: companion, company, partnership,
Assamese: অংশীদাৰিত্ব, আসংগ, আসঙ্গ-প্ৰসঙ্গ, লগ, লগ-ভাগ, সংগ, সমভিব্যাহাৰ, সহযোগ, সান্নিধ্য, সাহচৰ্য্য, সাৰথি,
Bodo: ज, बाहागो गोनां, लोगो,
Mising: ajon,
Garo: apsan rorimgipa, dakrimgipa,
Bishnupriya Manipuri: তিলনি,
Nagamese: chati,
Deori: লগ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
partnership (English) [ IPA: partnership ASM: পাৰ্টনাৰচিপ]
Contributed by: Vrigu Kr Borah on 2008-09-15
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
Assamese: অংশীদাৰিত্ব, আসংগ, আসঙ্গ-প্ৰসঙ্গ, লগ, লগ-ভাগ, সংগ, সমভিব্যাহাৰ, সহযোগ, সান্নিধ্য, সাহচৰ্য্য, সাৰথি,
Bodo: ज, बाहागो गोनां, लोगो,
Mising: ajon,
Garo: apsan rorimgipa, dakrimgipa,
Bishnupriya Manipuri: তিলনি,
Nagamese: chati,
Deori: লগ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) a contractual relationship between two or more persons carrying on a joint business venture with a view to profit, each incurring liability for losses and the right to share in the profits কোনো কাৰ্য্য বা ব্যৱসায় কৰিবলৈ দুই বা ততোধিক লোকে বন্ধা লগ, য’ত তেওঁলোকে লোকচানৰ দায়িত্ব আৰু লাভৰ অংশ ভগাই ল’বলৈ চুক্তিবদ্ধ হয় ৷