plate (English) [ IPA: ˈpleɪt ASM: প্লেট]
1. (Material Noun-Neuter) a thin, flat sheet or piece of metal or other material ধাতু বা আন পদাৰ্থৰে তৈয়াৰী পাতল, চেপেটা পাত বা টুকুৰা
Contributed by: Bikram M Baruah on 2006-04-01
2. (Material Noun-Neuter) A flat utensil used to serve food. ভাত বা সেইজাতীয় খাদ্য খাবলৈ ব্যৱহাৰ কৰা এবিধ চেপেটা বাচন ৷