PROprobable
probability (English) [ IPA: ˌprɑbəˈbɪlətiː ASM: প্ৰাবেবিলিটি]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-09-17
English: likelihood, possibility, probability, prospect,
Assamese: সম্ভবতা, সম্ভবপৰতা, সম্ভাব্যতা, সম্ভাৱনা, সম্ভাৱনীয়তা,
Bodo: जाथावथाव, जाथावना, जाथावमिन, जानोहागौ
b. Proper Adj.-Common: possible, সম্ভাব্য, সম্ভাৱনাপূৰ্ণ, সম্ভাৱনাময়, সম্ভাৱনাযুক্ত...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
probability (English) [ IPA: ˌprɑbəˈbɪlətiː ASM: প্ৰাবেবিলিটি]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-09-17
1. (Abstract Noun) The state or fact of being possible যিটো হ’ব পাৰে বা হোৱা সম্ভৱ
Assamese: সম্ভবতা, সম্ভবপৰতা, সম্ভাব্যতা, সম্ভাৱনা, সম্ভাৱনীয়তা,
Bodo: जाथावथाव, जाथावना, जाथावमिन, जानोहागौ
Different POS:
a. Adverb: perhaps, possibly, probably, কিজানি, কিজানিবা...b. Proper Adj.-Common: possible, সম্ভাব্য, সম্ভাৱনাপূৰ্ণ, সম্ভাৱনাময়, সম্ভাৱনাযুক্ত...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
2. Statistics(Abstract Noun) the relative possibility that an event will occur, as expressed by the ratio of the number of actual occurrences to the total number of possible occurrences কোনো ঘটনা ঘটাৰ আপেক্ষিক সম্ভাৱনা, যাক প্ৰকৃত ঘটনাৰ সংখ্যা আৰু সম্ভাৱ্য ঘটনাৰ সংখ্যাৰ অনুপাতৰ দ্বাৰা প্ৰকাশ কৰা হয়