reaction (English) [ IPA: riːˈækʃən ASM: ৰিএকচন]
1. (Verbal Noun) a reverse movement or tendency; an action in a reverse direction or manner ওলোটা গতি বা প্ৰৱণতা; ওলোটা বা বিপৰীত দিশত বা ওলোটা ধৰণে হোৱা ক্ৰিয়া
Different POS:
a. Proper Adj.-Common &/or Masculine: reactionaryপ্ৰগতিবিৰুদ্ধপ্ৰতিক্ৰিয়াশীলउनजाथायआरि गोहो...b. Verb-Intran.: reactপ্ৰতিক্ৰিয়া কৰ্...
2. BiologyChemistry(Verbal Noun) [Bacteriology, Immunology] the specific cellular response to foreign matter, as in testing for allergies.
[Chemistry] the reciprocal action of chemical agents upon each other; chemical change. (বেক্টেৰিয়া-বিজ্ঞান, ৰোগ-প্ৰতিৰোধ বিজ্ঞান) বহিঃপদাৰ্থৰ প্ৰৱেশ ঘটিলে শৰীৰৰ প্ৰতিৰোধী কোষসমূহে দিয়া সমিধান, যেনেঃ এলাৰ্জীৰ পৰীক্ষা
(ৰসায়ন বিজ্ঞান) ৰাসায়নিক পদাৰ্থসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া; ৰাসায়নিক পৰিৱৰ্ত্তন