rootstock (English) [ IPA: ˈruːtˌstɑk ASM: ৰুটষ্টক]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Biraj Kumar Kakati on 2008-08-28
    1. (Proper Noun) A horizontal plant stem with shoots above and roots below serving as a reproductive structure. আদা আদি কিছুমান গছৰ ঠিক মাটিৰ তলতে থকা কাণ্ড, যিহৰ পৰা নতুন শিপা ওলায় ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-21
    2. Botany(Material Noun-Neuter) a root and its associated growth buds, used as a stock in plant propagation এডাল শিপা আৰু তাৰ সৈতে জড়িত বৃদ্ধি হ’ব পৰা কলি, যি উদ্ভিদৰ প্ৰসাৰৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা হয়