roti (English) [ IPA: ˈroʊtiː ASM: ৰু’টি]
Contributed by: Partha P Sarmah on 2008-02-14
1. (Material Noun-Neuter) a generic term for several kinds of bread(includes chapati) that is cooked on a griddle. আটা মাৰি গোল আৰু পাতলকৈ বেলি তেৱাত সেকি তৈয়াৰ কৰা এবিধ আহাৰ৷ ইয়াৰ ওপৰত ঘিঁউ আদি সানিব পাৰি৷ বহু ভাৰতীয়ৰ মূল আহাৰ৷
roti (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-16
3. (Material Noun-Neuter) a generic term for several kinds of bread(includes chapati) that is cooked on a griddle. আটা মাৰি গোল আৰু পাতলকৈ বেলি তেৱাত সেকি তৈয়াৰ কৰা এবিধ আহাৰ৷ ইয়াৰ ওপৰত ঘিঁউ আদি সানিব পাৰি৷ বহু ভাৰতীয়ৰ মূল আহাৰ৷