secretion (English) [ IPA: sɪˈkriːʃən ASM: চিক্ৰেচন]
    Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-05-27
    1. (Verbal Noun) a phenomena of liquid falling or oozing out in small drops/quantities টোপ-টোপকৈ বা অতি লাহে-লাহেকৈ কোনো জুলীয়া বস্তু পৰা বা ওলাই অহা প্ৰক্ৰিয়া
    Contributed by: Mousumi Konwar on 2023-01-20
    Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
    2. (Verbal Noun) The secretion of organic juices within the body of an organism as a result of a chemical change কোনো ৰাসায়নিক পৰিৱৰ্তনৰ ফলত জীৱ দেহৰ ভিতৰত সংঘটিত জৈৱিক ৰসৰ নিঃসৰণ