sector (English) [ IPA: ˈsektər ASM: চেকটৰ]
    1. (Abstract Noun-Neuter) Each of the parts of which a set or category is composed কোনো সমষ্টি গঠিত কৰা প্ৰতিটো অংশ
    Garo:
    Meeteilon:
    Karbi:
    Santali:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-08
    2. Mathematics(Common Noun-Neuter) a plane figure bounded by two radii and the included arc of a circle বৃত্ত এটাৰ কোনো চাপ আৰু সেই চাপ দুটাৰ প্ৰান্ত বিন্দু দুটালৈ টনা ব্যাসাৰ্দ্ধ দুডালে আগুৰি থকা বৃত্তক্ষেত্ৰটোৰ অংশ