spikelet (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Mousumi Konwar on 2023-11-20
    1. Botany(Common Noun-Neuter) a small or secondary spike in grasses; one of the flower clusters, the unit of inflorescence, consisting of two or more flowers and subtended by one or more glumes variously disposed around a common axis. ঘাঁহজাতীয় উদ্ভিদত থকা এটা সৰু বা গৌণ স্পাইক বা মঞ্জৰী; এক প্ৰকাৰৰ ফুলৰ গুচ্ছ, পুষ্পবিন্যাসৰ একক, যি দুটা বা ততোধিক ফুলেৰে গঠিত আৰু এটা সাধাৰণ অক্ষৰ চাৰিওফালে বিভিন্নভাৱে সজ্জিত এটা বা ততোধিক গ্লুম বা তুষপত্ৰৰ দ্বাৰা আবৃত।