squeal (English) [ IPA: ˈskwiːl ASM: স্কুৱিল]
    Contributed by: Bikram M Baruah on 2010-02-17
    1. (Verb-Intran.) to express of dissatisfaction or unhappiness অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ কৰা
    Contributed by: Bikram M Baruah on 2010-02-17
    2. (Verb-Trans.) to inform the police or the higher authority about one's activities without one's knowledge. ব্যক্তিজনৰ অজ্ঞাতে আৰক্ষী বা উৰ্দ্ধতন কৰ্ত্তৃপক্ষক কাৰোবাৰ কাৰ্য্যকলাপৰ বিষয়ে অৱগত কৰ্।