tarintarlip
tarjaobah (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-07
English: purification,
Assamese: নিৰ্ম্মলকৰণ, পবিত্ৰকৰণ, পৰিক্ৰিয়া, পৱিত্ৰকৰণ, বিশুদ্ধিকৰণ, বিশোধন, শুচিকৰণ, শুদ্ধিকৰণ, শুদ্ধীকৰণ, শোধন, সংশোধন, সংস্কৰণ,
Dimasa: tarjaobah,
Deori: মামাৰু-মামা
tarjaobah (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-07
1. (Abstract Noun) the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul. কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷
Assamese: নিৰ্ম্মলকৰণ, পবিত্ৰকৰণ, পৰিক্ৰিয়া, পৱিত্ৰকৰণ, বিশুদ্ধিকৰণ, বিশোধন, শুচিকৰণ, শুদ্ধিকৰণ, শুদ্ধীকৰণ, শোধন, সংশোধন, সংস্কৰণ,
Dimasa: tarjaobah,
Deori: মামাৰু-মামা