tawnytax collector
tax (English) [ IPA: ˈtæks ASM: টেক্স]
English: cess, tax,
Assamese: কাটল, কৰ, কৰ-কাটল, খাজনা, খুত, খেৰাজ, টেক্স, পেছকছ, ৰাজকৰ, ৰাজহ,
Bodo: मासुल होनाय,
Mising: among-dore,
Meeteilon: khajna,
Karbi: midu,
Nepali: कर,
Deori: কৰ, ৰাজ-কৰ
Contributed by: Bikram M Baruah on 2006-06-22
tax (English) [ IPA: ˈtæks ASM: টেক্স]
1. Business-Commerce-Economics(Abstract Noun) A contribution for the support of a government required of persons, groups, or businesses within the domain of that government. Sometimes it was imposed on dependent country. এখন চৰকাৰৰ অধীনত থকা অঞ্চলত বাস কৰা ব্যক্তি, দল বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চৰকাৰী কাম-কাজ চলোৱাৰ বাবে সংগ্ৰহ কৰা বৰঙণি অথবা তলতীয়া ৰাজ্যৰ ওপৰত লগোৱা বাধ্যতামূলক বৰঙণি৷
Assamese: কাটল, কৰ, কৰ-কাটল, খাজনা, খুত, খেৰাজ, টেক্স, পেছকছ, ৰাজকৰ, ৰাজহ,
Bodo: मासुल होनाय,
Mising: among-dore,
Meeteilon: khajna,
Karbi: midu,
Nepali: कर,
Deori: কৰ, ৰাজ-কৰ
Related Idea:
a. Material Noun-Neuter: duty, tariff, শুল্ক, बेसेन...Contributed by: Bikram M Baruah on 2006-06-22
2. (Verb-Trans.) to impose tax upon something কোনো বস্তু বা সেৱাত কৰ আৰোপ কৰ