tekepuktekok
teker-terer (Mising) [ Roman: te.ker.te.rer]
Contributed by: Himasri Das on 2023-01-02
English: zig-zag, zigzag,
Assamese: অঁকোৱা-পকোৱা, একা-বেঁকা, কেঁকোৰা-কেঁকুৰি, কেঁকোৰা-বেঁকোৰা, কেকৰা মেকৰা bo , কেৰিমেৰি, টেৰা-টেৰি, টেৰা-বেঁকা, দোপাকী-তেপাকী, পকীয়াপকি, পকোৱাপকি, বাৰেভঁজীয়া, বেঁকাবেঁকি, বেংকুৰা, ভেঙুৰা-ভেঙুৰি, ভেমেচা-ভেঁমেচি, সৰ্পিল, হেঁকেৰা-হেঁকেৰি,
Bodo: खेंख्रा-खेंख्रि,
Mising: teker-terer,
Khasi: ba kyllain,
Dimasa: guire-guitap,
Deori: অকিয়া-পকিয়া
teker-terer (Mising) [ Roman: te.ker.te.rer]
Contributed by: Himasri Das on 2023-01-02
1. (Proper Adj.) A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে