thrips (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-12
    1. Agriculture(Common Noun-Common) any of several minute insects of the order Thysanoptera, that have long, narrow wings fringed with hairs and that infest and feed on a wide variety of weeds and crop plants থাইচানোপ্টেৰা বৰ্গৰ কেইবাবিধো সূক্ষ্ম পোক, যিবোৰৰ চুলিৰে সজ্জিত, দীঘল আৰু ঠেক পাখি থাকে আৰু যিবোৰে বিভিন্ন ধৰণৰ অপতৃণ আৰু শস্যত আক্ৰমণ কৰি, বিশেষকৈ পাতবোৰ খাই পেলায়৷