unsymmetrical (English) [ IPA: ˌənsəˈmetrɪkəl ASM: আনচিমিট্ৰিকেল]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verbal Adj.) without the proper size or symmetry of different parts of the body. শৰীৰ অথবা কোনো বস্তুৰ অঙ্গবোৰৰ উচিত জোখ বা সমতা নথকা।