verdict (English) [ IPA: ˈvərdɪkt ASM: ভাৰডিক্ট]
    Contributed by: Ranjita Pegu on 2006-12-19
    1. (Abstract Noun) Conformity to truth, fact, or sound reason সত্যতা, প্ৰকৃত তথ্য বা স্পষ্ট যুক্তিৰ লগত একাত্মতা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
    2. Legal(Abstract Noun) an official judgment made in a court about whether someone is guilty of a crime কোনো ব্যক্তি কোনো অপৰাধৰ সৈতে জড়িত থকা বা নথকা সম্পৰ্কে কাছাৰী বা আদালতৰ আনুষ্ঠানিক মন্তব্য