आनथोर (Bodo) [ Roman: an.thwr]
    Contributed by: Karishma Boro on 2023-04-07
    1. (Material Noun-Neuter) a long,narrow cut or trench in the ground made by a plough for planting seeds নাঙলৰ ফালেৰে মাটিত ঠেক, অগভীৰ কিন্তু দীঘলীয়াকৈ কৰা ছেদন, দেখাত সৰু নলাৰ নিচিনা| শস্যৰ বীজ সিচিবলৈ নাঙলেৰে মাটি চহাওঁতে মাটিয়ে এই আকৃতি লয়