पीपल (Hindi) [ Roman: pee.pal]
    Contributed by: Karishma Boro on 2023-04-30
    1. (Proper Noun-Neuter) Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus. হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|