सिखार (Bodo) [ Roman: si.khar]
    Contributed by: Karishma Boro on 2023-04-06
    1. (Abstract Noun) an act of moving forward আগলৈ যোৱা কাৰ্য্য
    Contributed by: Karishma Boro on 2023-04-06
    2. (Verbal Noun) the act of assuming an upright position especially from lying, kneeling, or sitting; to appear above the horizon; moving upward; increasing in height, size, volume, or pitch শুই বা পৰি থকা, আঁঠু কাঢ়ি থকা অথবা বহি থকা অৱস্থাৰ পৰা থিয় হোৱা কাৰ্য্য; দিগন্তত দেখা দিয়া; ওপৰৰ ফালে গতি কৰা; উচ্চতা, আকাৰ, পৰিমাণ বা প্ৰাৱল্য বৃদ্ধি হোৱা