অংশগ্ৰহণ (Assamese) [ Roman: ong.xo.gro.hon Origin: সং.]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-01-27
    1. (Verbal Noun) The act of participating or taking part. ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷

    Example Sentences:

    1. মই এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিবলৈ বিচাৰো।