অকলশৰীয়াঅকলশৰে অকলশৰীয়াকৈ (Assamese) [ Roman: o.kol.xo.ri.ya.koi]adv: অকলশৰীয়াContributed by: ৰূপকমল on 2007-12-18 1. (Adverb) Without the help or presence of others আন কোনো উপস্থিত নথকাকৈ বা আন কাৰো সহায় নোলোৱাকৈ English: alone, Assamese: অকলশৰীয়াকৈ, অকলশৰে, অকলে, নিসঙ্গ, Deori: অকলৰিয়া, গুজায়া, চ-চাৰেExample Sentences:1. তাই অকলশৰীয়াকৈ থাকিয়েই ভাল পায়।