অধিকা (Assamese) [ Roman: o.dhi.ka]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun-Neuter) amount by which one thing exceeds another or the predefined limit. এটাতকৈ আনটোৰ বাঢ়ি থকা পৰিমাণ বা পূৰ্ব-নিৰ্দ্ধাৰিত সীমা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
    2. (Material Noun-Neuter) the left over after use. গ্ৰহণ বা ব্যবহাৰ কৰাৰ পাছত বাকা থকা ভাগ।