অনা (Assamese) [ Roman: o.na]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-29
    1. (Adposition) not having or doing something, or lacking something নথকা, নকৰা বা নোহোৱা

    Example Sentences:

    1. তুমি অনাহকত তাইক গালি দিলা।
    Contributed by: Partha P Sarmah on 2008-02-16
    2. (Abstract Noun) coin equal to one-sixteenth of an Indian rupee. এটকাৰ ষোল্ল ভাগৰ এভাগ মূল্যৰ পইচা৷ যেনে: চাৰি অনা অৰ্থাৎ 25 পইচা, বাৰ অনা অৰ্থাৎ 75 পইচা৷
    English:
    Assamese:

    Example Sentences:

    1. আগৰ দিনত চাৰি অনা দি ধেৰ বস্ত্ত কিনিব পাৰিছিলো।