☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
অনাচাৰ
(Assamese)
[
Roman:
o.na.sar]
Contributed by:
Prasanta Borah (প্ৰশান্ত বৰা)
on 2008-02-26
1.
(Abstract Noun)
unacceptable or improper behaviour. বেয়া আচৰণ ।
English:
misbehave
misconduct
Assamese:
অকৃতি
অধাচাৰ
অনাচাৰ
অনিয়ম
অশোভনাচৰণ
অসদাচৰণ
অৰীতি
কদাচৰণ
কুব্যৱহাৰ
দুষ্টাচাৰ
দুৰাচাৰ
ভ্ৰষ্টাচাৰ
Bodo:
गाज्रि आखु बाहायनाय
दुरबेबहार खालामनाय