অনুপূৰক (Assamese) [ Roman: o.nu.pu.rok]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-03-15
1. (Proper Adj.) refers to something added to complete a thing, make up for a deficiency. যি পূৰণ কৰে, অৰ্থাত্ কিবা এটা পূৰা কৰে, অভাৱ দূৰ কৰে অথবা জোৰদাৰ বা সম্প্ৰসাৰিত কৰে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-10-03
2. (Verbal Adj.) acting as or forming a complement পৰিপূৰক হিচাপে কাম কৰা বা পৰিপূৰক গঠন কৰা৷
English:
Assamese: