অন্বয় (Assamese) [ Roman: on.noy]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-05-05
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) the detailed narration giving logic or reasoning of an event or phenomena কোনো ঘটনা বা পৰিঘটনাৰ যুক্তি অথবা কাৰণ দৰ্শাই দাঙি ধৰা বিশদ বিৱৰণContributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
2. Language-Linguistics(Abstract Noun) sequence of words in a sentence বাক্যৰ কৰ্ত্তা, কৰ্ম্ম, ক্ৰিয়াদিৰ পৰস্পৰ সম্বন্ধ
English:
Assamese:
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29