অভিজিৎ (Assamese) [ Roman: o.bhi.jit]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-16
1. (Common Noun-Common) the party or person who won a game or competition কোনো ক্ৰীড়া বা প্ৰতিযোগিতাত বিজয়ী হোৱা ব্যক্তি বা দল
English:
Meeteilon:
Bishnupriya Manipuri:
Dimasa:
TAI-Ahom:
Deori:
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-28
2. Astronomy(Proper Noun-Neuter) A bright star in Lyrae constallation বীণা তাৰকা মণ্ডলত থকা এটা উজ্জ্বল নক্ষত্ৰ ৷ ২৭টা নক্ষত্ৰ এটা ৷