অস্ত্ৰ (Assamese) [ Roman: os.tro]
    du: অস্ত্ৰ-শস্ত্ৰ
    1. (Material Noun-Neuter) any instrument or device for use in attack or defense in combat, fighting, or war, as a sword, rifle, or cannon যুদ্ধ বা বিবাদৰ সময়ত সুৰক্ষা অথবা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, যেনেঃ তৰোৱাল, বন্দুক, হিলৈ আদি