আঁহ (Assamese) [ Roman: a~h Origin: সং. অংশু; বাং. আঁশ (হেম১৩)]
    Contributed by: S M Chetri on 2006-08-11
    1. (Material Noun-Neuter) Filament, Cellulose fibre from bamboo, wood and other plants বাঁহ, কাঠ বা অন্য উদ্ভিদৰ পৰা পোৱা সূতাৰ দৰে অতি মিহি জৰী
    English:
    Assamese:
    Khasi:

    Example Sentences:

    1. ফিলিপিনত কল গছৰ আঁহ ব্যৱহাৰ কৰি কাপোৰ তৈয়াৰ কৰে।

    Different POS:

    a. Proper Adj.-Neuter: fibrousঅঁহীয়াআঁহজাতীয়আঁহযুক্তজবৰা...