আকাশীগঙ্গা (Assamese) [ Roman: a.ka.xi.gong.ga Decom:;]
    ভাৰতীয় আখ্যান মতে ইয়াক আকাশেৰে বোৱা গংগা নৈ বুলি বিশ্বাস কৰা হয়৷
    alt: আকাশী গংগা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
    1. Astronomy(Common Noun-Neuter) The galaxy containing the solar system আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷